Home ৰাজ্যমৰিগাঁৱত গৱেষক হেমেন্দ্ৰ কুমাৰ ভূঞালৈ শ্ৰদ্ধাঞ্জলি

মৰিগাঁৱত গৱেষক হেমেন্দ্ৰ কুমাৰ ভূঞালৈ শ্ৰদ্ধাঞ্জলি

by News Desk
54 views
A+A-
Reset

মৰিগাঁওঃ কলিতা জনগোষ্ঠীৰ ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা আৰু ইতিহাসৰ গৱেষক হেমেন্দ্ৰ কুমাৰ ভূঞাৰ মৃত্যুৰ সংবাদ লাভ কৰাত মৰিগাঁৱত ভূঞাৰ গুণমুগ্ধ সকলৰ মাজত শোকৰ বন্যা বয়। 

সন্ধিয়া ভাগলৈ প্ৰয়াত ভূঞাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মৰিগাঁও চহৰৰ মাজমজিয়াত বন্তি প্ৰজ্বলন কৰা হয়। মৰিগাঁও জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক দুলুমণি বৰাৰ নেতৃত্বত হোৱা এই কাৰ্যসূচীত সংগঠনটোৰ লগতে মৰিগাঁও জিলা কলিতা সাহিত্যসভা আৰু কলিতা সেনাৰ বহু সংখ্যক সদস্যই অংশ লয়।উল্লেখযোগ্য যে “ঐতিহাসিক পটভূমিত কলিতা জনগোষ্ঠী”,”Kalita Tribe of Assam” কে ধৰি বহুকেইখন গ্ৰন্থ ৰচনা কৰা হেমেন্দ্ৰ কুমাৰ ভূঞাৰ আজি পুৱা গুৱাহাটী মহানগৰীস্থিত নিজা বাসভৱনত মৃত্যু হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0