81
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত এইবাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে বেডমিণ্টন তাৰকা জ্বালা গুট্টা। টুইটাৰত দেশদ্ৰোহী বুলি ঘোষণা কৰা হৈছে তাৰকা খেলুৱৈগৰাকীক।
যিসকলে দেশদ্ৰোহী আখ্যা দিছে তেওঁলোকৰ যুক্তি হৈছে যে জ্বালাৰ মাতৃ চীনৰ নাগৰিক। সেয়েই তেওঁ দেশদ্ৰোহী। লগতে মোদীবিৰোধী। পিছে তেনে নেটিজেনকেইজনকো ভালকৈয়ে এসেকা দিছে এইগৰাকী অলিম্পিয়ানে।