Home ৰাজ্যকলিয়াবৰত হাহাকাৰ, যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

কলিয়াবৰত হাহাকাৰ, যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

by News Desk
58 views
A+A-
Reset

কলিয়াবৰঃ বানৰ কবলত পৰি সকলো হেৰুওৱা নগাঁও জিলাৰ কলিয়াবৰৰ ৰাইজ ক্ষোভিত হৈ পৰিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷ এটুপি খোৱাপানী, অন্ন, বস্ত্ৰ, শিশুৰ খাদ্য, মহিলাৰ প্ৰয়োজনীয় সামগ্ৰীৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে হাজাৰ ভুক্তভুগীয়ে৷ নিজৰ সপোনৰ ঘৰখন এৰি আশ্ৰয় শিবিৰত লৈছে হাজাৰ বানাক্ৰান্তই৷

সকলো হেৰুৱাই সৰ্ব্বশ্ৰান্ত হোৱা লোকসকলক ৰাজ্য চৰকাৰে দিয়া নাই পৰ্যাপ্ত সাহায্য৷ সত্তৰৰ দশকৰ পৰা প্ৰতিবছৰে বানত জীয়াতু ভুগি অহা কলিয়াবৰবাসীৰ প্ৰতি চকু দিবলৈ আহৰি নাই চৰকাৰ কিম্বা জনপ্ৰতিনিধিৰ৷ কলিয়াবৰবাসী ক্ষোভিত হৈ পৰাৰ সময়তে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্মাৰক পত্ৰ প্ৰেৰণ কৰি পৰ্যাপ্ত সহায্য দিয়াৰ দাবী জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0