Home বাণিজ্যযমুনামুখবাসীৰ উঠিছে খং, সন্ধিয়া হলেই স্পীড নোহোৱা হয় জিঅ’ৰ

যমুনামুখবাসীৰ উঠিছে খং, সন্ধিয়া হলেই স্পীড নোহোৱা হয় জিঅ’ৰ

by News Desk
69 views
A+A-
Reset

newsnextone.com | হোজাইঃ নিতৌ নতুন নতুন অফাৰ দি চমক সৃষ্টি কৰি আহিছে জিঅ’ মোবাইল সেৱা কােম্পানীয়ে৷ অফাৰৰ ওপৰত অফাৰ। এবাৰ যদি হেপ্পী নিউ ইয়েৰ অফাৰ, এবাৰ প্ৰাইম মেম্বাৰশ্বিপ অফাৰ। আকৌ ছামাৰ ছাৰপ্ৰাইজ অফাৰ। এনেদৰে এটাৰ পিছত আনটো অফাৰেৰে গ্ৰাহকক প্ৰলোভিত কৰিবলৈ গৈ নেটৱৰ্ক যে বিভিন্ন এলেকাত দুৰ্বল হৈ পৰিছে সেই তথাক গুৰুত্ব দিয়াৰ সময় নাই জিঅ’ৰ৷ একেটা টাৱাৰত লাখ লাখ গ্ৰাহকৰ সংযোগ থকাৰ ফলত এতিয়া নেটৱৰ্ক দুৰ্বল হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে৷ 

ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অতিষ্ঠ হৈ পৰিছে হোজাই জিলাৰ যমুনামুখবাসী৷ দ্ৰুত ইণ্টাৰনেট সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া জিঅ’ৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে যমুনামুখবাসী৷ বিগত কিছুদিন ধৰি হোজাইৰ জিলাৰ যমুনামুখত জিঅ’ই সেৱা আগবঢ়োৱাৰ নামত গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ নিম্নমানৰ সেৱা আগবঢ়োৱাত গ্রাহকসকল তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। সন্ধিয়া হোৱাৰ ৰগে লগে ইণ্টাৰনেটৰ গতি কমি অহাৰ অভিযোগ উত্থাপন কৰে ৰাইজে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0