71
ডিজিটেল ডেস্কঃ চৰাই খেদিবলৈ গৈ মুখথেকেচা খোৱা হাতীপোৱালী এটাৰ ভিডিঅ’ই আমোদ দিছে কোটি কোটি লোকক।
ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ পোষ্ট কৰাৰ লগে লগে অভাৱনীয় হাৰত শ্বেয়াৰ হ’বলৈ ধৰে মৰমলগা হাতীপোৱালীটোৰ ভিডিঅ’টো।