ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত ১৩ জনকৈ সন্ত্ৰাসবাদী ভাৰতীয় সেনাৰে সংঘৰ্ষত নিহত হোৱাৰ পিছতেই টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল পাকিস্তানৰ ক্ৰিকেটাৰ শ্বাহীদ আফ্ৰেদিয়ে।
Media called me for reaction on @SAfridiOfficial tweet on OUR Kashmir & @UN. What’s there to say? Afridi is only looking for @UN which in his retarded dictionary means “UNDER NINTEEN” his age bracket. Media can relax, @SAfridiOfficial is celebrating a dismissal off a no- ball!!!