দিল্লীত অসমৰ যুৱতীৰ আৰ্তনাদ, দুই কিশোৰী উদ্ধাৰ

Home ৰাজ্যদিল্লীত অসমৰ যুৱতীৰ আৰ্তনাদ, দুই কিশোৰী উদ্ধাৰ

দিল্লীত অসমৰ যুৱতীৰ আৰ্তনাদ, দুই কিশোৰী উদ্ধাৰ

by News Desk
75 views
A+A-
Reset

হোজাইঃ একাংশ লোকে দৰিদ্ৰতাৰ সুযোগ লৈ কাম দিয়াৰ প্ৰলোভনেৰে অসমৰ গাভৰুক বহিঃৰাজ্যলৈ নি বিক্ৰী কৰাৰ উদাহৰণ বহু আছে৷ নাৰী ব্যৱসায়ী চক্ৰ ৰাজ্যত আজিও সক্ৰিয়৷ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা কাম দিয়াৰ প্ৰলোভনেৰে কিশোৰী-যুৱতীক নি বহি:ৰাজ্যত বিক্ৰী কৰাৰ খবৰ প্ৰকাশ হৈ থকাৰ মাজতে হোজাই আৰক্ষীয়ে মানৱ সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা দুগৰাকী কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ মানৱ সৰবৰাহকাৰী চক্ৰটোৰো এজনক আটক কৰিবলৈ সক্ষম হয় হোজাই আৰক্ষী৷

হোজাইত মানৱ সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে এই চক্ৰটোৱে হোজাইৰ বিভিন্ন ঠাইৰ পৰা কাম দিয়াৰ প্ৰলোভনেৰে যুৱতী সৰবৰাহ কৰি বহি:ৰাজ্যত বিক্ৰী কৰি আহিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0