গুৱাহাটীঃ সেনা প্ৰধান বিপিন ৰাৱাটৰ মন্তব্যৰ পিছৰে পৰা ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে৷ ৰাজ্যত জনসংখ্যা বৃদ্ধিৰ বাবে AIUDFক জগৰীয়া কৰাত সংখ্যালঘু এলেকা তথা AIUDFৰ প্ৰাধান্য থকা ঠাই সমূহত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বিপিন ৰাৱাটে পাকিস্তানে চীনৰ সহায়ত বাংলাদেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী ভাৰতৰ উত্তৰ-পূৱৰ ৰাজ্যসমূহলৈ পঠাই আছে বুলি মন্তব্য প্ৰদান কৰিছিল৷
By making such statement, isn't the Chief of Army Staff indulging into politics which is against the constitutional mandate given to him. @rashtrapatibhvn @PMOIndia please take note.
2