Home গুৱাহাটীঅসমীয়া লিপিয়ে ইউনিক’ডত সুকীয়া লিপিৰ মৰ্যদা নোপোৱাত অখিলৰ ক্ষোভ

অসমীয়া লিপিয়ে ইউনিক’ডত সুকীয়া লিপিৰ মৰ্যদা নোপোৱাত অখিলৰ ক্ষোভ

by News Desk
54 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ অসমীয়া জাতিৰ আবেগ, স্বাভিমানে বহু পলমকৈ হলেও স্বীকৃতি লাভ কৰিব বুলি ভবা হৈছিল যদিও আশা কৰা ধৰণে ফলাফল লাভ নকৰিলে অসমীয়াই৷ অসমীয়া লিপিয়ে বহু বিতৰ্ক আৰু চৰ্চাৰ অন্তত বহু পলমকৈ হলেও ইউনিক’ডত অসমীয়া লিপি হিচাপে স্বীকৃতি লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও শুকুৰবাৰে অসমীয়াই অধীৰ আগ্ৰহেৰে লণ্ডনৰ পৰা সেই ভাল খবৰটো আহিব বুলি আশাৰে বাট চাই আছিল যদিও আশা কৰা মতে ফলাফল নাহিল৷

লণ্ডনত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় মানক ব্য’ৰৰ বিশেষ বৈঠকত তীব্ৰ বাক বিতণ্ডাৰ অন্তত অসমীয়া লিপিক সম্পূৰ্ণ স্বতন্ত্ৰ লিপি হিচাপে স্বীকৃতি দিয়াৰ দাবী উত্থাপন হৈছিল৷ সেই স্বীকৃতি নাপালেও সকলো অসমীয়া বৰ্ণ আৰু ভাষা চিহ্নক ইউনিক’ড আৰু আন্তঃৰাষ্ট্ৰীয় মানক ব্য’ৰত সুকীয়া নাম প্ৰদানত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ অসম সাহিত্য সভাৰ এটা প্ৰতিনিধি দলে নেতৃত্ব লৈছিল আন্তঃৰাষ্ট্ৰীয় মানক ব্য’ৰৰ বিশেষ বৈঠকত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0