72
গুৱাহাটীঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ২০১৭ চনৰ পৰীক্ষাত উজলি উঠিছে ভালেকেইজন অসমৰ সন্তান৷ বিগত কেইবাটাও বছৰৰ ভিতৰত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত চমকপ্ৰদ সফলতা লাভ কৰিছে অসমৰ সন্তানে৷ সবৰ্ভাৰতীয় পৰীক্ষা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত মুঠ ১৬গৰাকী অসমৰ পৰীক্ষাৰ্থী এই সফলতাত ৰাজ্যবাসীয়ে আনন্দিত হৈ পৰিছে৷