103
newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে সমগ্ৰ বিশ্বৰ দৃষ্টি আৱদ্ধ আছিল চিংগাপুৰ অভিমুখে৷ কিয়নো চিংগাপুৰত মিলিত হ’ব বিশ্বৰ দুগৰাকী প্ৰভাৱশালী নেতা৷ দুজন নেতা মিলিত হ’ব সেয়াই এক খবৰ সমগ্ৰ বিশ্বৰ বাবে৷
Better than anyone would have ever expected: US President Donald Trump after his meeting with North Korean leader Kim Jong Un #SingaporeSummit pic.twitter.com/N12pHUfUOI