67
মুম্বাইঃ অভিনেতা বৰুণ ধাৱানে মঙলবাৰে তেওঁৰ পৰৱৰ্তী ছবি “বদ্ৰীনাথ কি দুলহানিয়া”ৰ সহযোগী অভিনেত্ৰী আলিয়া ভাটক ভেলেণ্টাইন ডে’ৰ বিশেষ বিশেষ উপহাৰ হিচাপে এটি ফুলৰ থোপা আগবঢ়ায়। কিছুসময় পূৰ্বে বৰুণে বগা লিলি ফুলৰ থোপা লৈ থকা এখন ফটো শ্বেয়াৰ কৰে।
অভিনেতাজনে আলিয়াক উদ্দেশ্যি কয় যে, প্ৰিয় বৈদেশি, ভেলেন্টাইন ডে’ত তোমাৰ বাবে মোৰ এই উপহাৰ।