107
ডিজিটেল ডেস্কঃ আমি আমাৰ যুক্তি ৰাখিলো এতিয়া জামিনৰ ৰায় দিব ন্যায়াধীশে৷ দুপৰীয়াৰ আহাৰৰ গ্ৰহণৰ পাছত ৰায় ঘোষণা কৰিব জোধপুৰ আদালতে৷ ছলমানৰ অধিবক্তা হাস্তিমল শ্বৰচৱাতে শনিবাৰে জামিনৰ ৰায়ৰ শুনানিৰ অন্তত আদালতৰ পৰা ওলাই আহি এই মন্তব্য আগবঢ়ায়৷
আনহাতে আদালত বাহিৰত ছলমান অধিবক্তাই জামিনৰ সকলো চৰ্ত ছলমানে মানি লোৱা বুলি কয়৷ জোধপুৰৰ আদালত বাহিৰত ছলমানৰ ফেন প্লেকাৰ্ড লৈ থিয় হৈ থকা দেখা যায়৷