85
ডিজিটেল ডেস্কঃ যুগৰ পৰিৱৰ্তনৰ সমানে সলনি হৈছে জীৱকুলৰ ধৰ্ম। আত্মৰক্ষাৰ স্বাৰ্থত সম্প্ৰতি সকলো প্ৰাণীয়ে শিকিছে আক্ৰমণৰ কৌশল।
আনকি এতিয়া বিষাক্ত সৰ্পলৈয়ো ভয় নকৰা হৈছে নিমাখিত মৎস্যকুলেও। প্ৰকৃতিৰ পৌৰাণিক নিয়ম পাহৰি আক্ৰমণকাৰীক উভতি ধৰিবলৈ শিকিছে সামান্য মাছে।