64
ডিজিটেল ডেস্কঃ চলন্ত বাছৰ ভিতৰত বলপূৰ্বক এগৰাকী মহিলাক চুম্বন কৰিছে এজন লোকে। ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।
ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ মহিলাগৰাকীয়ে উক্ত লোকজনৰ বিৰুদ্ধে উত্থাপন কৰিছে ধৰ্ষণৰ অভিযোগ। জানিব পৰা মতে চলন্ত বাছত মহিলাক বলপূৰ্বক চুম্বন কৰিবলৈ চেষ্টা চলোৱা উক্ত লোকজন হৈছে মহাৰাষ্ট্ৰৰ এজন বিজেপি নেতা।