Home ৰাজ্যশাক-পাচলি নাই! নগাঁৱত মানিমুনি-ঢেকীয়া-কলমৌ বিচাৰি পথাৰ চলাথ গঞাৰ

শাক-পাচলি নাই! নগাঁৱত মানিমুনি-ঢেকীয়া-কলমৌ বিচাৰি পথাৰ চলাথ গঞাৰ

by News Desk
A+A-
Reset
sak-tola-assam

নগাঁওঃ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ উদ্দেশ্যে চৰকাৰে দেশজুৰি ঘোষণা কৰা লকডাউনৰ ব্যাপক প্ৰভাৱ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলতো ৷ জিলাখনৰ বেবেজীয়া, জাজৰি, হাতীচোং, জামুগুৰি, চকলাঘাট, ৰাইদঙীয়া, কাছমাৰী, ঘাঁহী, ডিমৌ, দক্ষিণপাট, পেটবহা, দলংঘাট আদি গ্ৰামাঞ্চলত বিগত দিনকেইটাত বিশেষ প্ৰয়োজন নহ’লে ৰাইজ ঘৰৰ বাহিৰলৈ নাহি একপ্ৰকাৰে গৃহবন্দীত্ব যাপন কৰাত কেউফালে মৰিশালিৰ নিস্তব্ধতাই আৱৰি ধৰিছে ৷

এনেদৰে কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ বাবেই ৰাইজ ঘৰৰ ভিতৰে সোমাই থকাত বৰ্তমান গঞাৰাইজৰ  মাজত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। ঘাইকৈ খাদ্য সামগ্ৰীৰ নাটনিয়ে অধিকাংশ লোককে চৰম বিপাঙত পেলাইছে। কিয়নো এই লকডাউনৰ সময়ছোৱাত ৰাইজৰ সুবিধাৰ্থে চৰকাৰে খাদ্য সামগ্ৰীৰ নাটনি যাতে নহয় তাৰ নিমিত্তে গেলামালৰ দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে যদিও শাক-পাচলিৰ ক্ষেত্ৰত তেনে অনুমতি প্ৰদান নকৰাত এতিয়া শাক-পাচলিৰ অভাৱত গঞা ৰাইজ ভীষণ সমস্যাৰ সন্মুখীন হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0