84
ডিব্ৰুগড়ঃ আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ৰেফাৰী হিচাপে নিৰ্বাচিত হৈছে ডিব্ৰুগড়ৰ এজন ক্ৰীড়াবিদ।ডিব্ৰুগড়ৰ ৱাজিৰ বিন কুটুব নামৰ এজন ব্যক্তিয়ে আনিছে এই সুখবৰ।
ডিব্ৰুগড় চহৰৰ গ্ৰেহাম বজাৰ অঞ্চলৰ বাসিন্দা ৱাজিৰ বিন কুটুৱে আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰে।