79
বেংগালুৰুঃ কম্পিউটাৰত হোৱাটচ এপ ব্যৱহাৰ কৰাসকল সতৰ্ক হওক। কেৱল এখন ফটোৰেই আপোনাৰ হোৱাটচ এপৰ সকলো কণ্টেক্ট, ফটো, ভিডিঅ’, কথোপকথন আদি হেক হ’ব পাৰে।
ইয়াৰ বাবে প্ৰয়োজন নহয় কোনো হাইটেক কৌশল। কেৱল এখন এনক্ৰিপ্টেড ফটোৰেই হেকাৰে আপোনাৰ অজ্ঞাতে সকলো ব্যক্তিগত তথ্য লৈ যাব পাৰে। এই তথ্য প্ৰকাশ কৰিছে ইজৰাইলস্থিত এটা চফটৱেৰ প্ৰতিস্থানৰ নীৰিক্ষকৰ দল এটাই।