Home প্ৰযুক্তিহোৱাটছ এপৰ নতুন ফিচাৰ, ডিলিট হোৱা তথ্য উভতাই পাব, কেনেকৈ? পঢ়ক এই বাতৰি

হোৱাটছ এপৰ নতুন ফিচাৰ, ডিলিট হোৱা তথ্য উভতাই পাব, কেনেকৈ? পঢ়ক এই বাতৰি

by News Desk
85 views
A+A-
Reset

ডিজিটেল ডেস্কঃ পুনৰ নতুন ৰূপত হোৱাটছ এপ৷ জনপ্ৰিয় মেছেজিং এপ হোৱাটছ এপে শেহতীয়াকৈ সংযোজন কৰিলে নতুন ফিচাৰ৷ এপটোৰ জৰিয়তে গ্ৰাহকে ডিলিট কৰা ফটো, ভিডিঅ’ পুনৰ পাব পৰাৰ এক নতুন ফিচাৰ সংযোগ কৰিলে৷ হোৱাটছ এপ নতুন সংস্কৰণত এই পদ্ধকি সংযোজন কৰাৰ কথা উল্লেখ কৰিছে৷

নতুন ফিচাৰত ডিলিট হোৱা তথ্য যেনে ভিডিঅ’, ছবি, ভয়েচ মেচেজ, জিআইএফ নতুবা অন্য অন্য তথ্য পুনৰাই ডাউনলোড কৰিব পৰা পদ্ধতি সংযোগ কৰিছে৷ ডিলিট হোৱা স্মাৰ্টফোনৰ ইণ্টাৰনেল ষ্টৰেজত এই তথ্য বিচাৰি পাব গ্ৰাহকে৷ ডিলিট হোৱা তথ্য মাথো ৩০ দিনৰ ভিতৰত এবাৰহে উদ্ধাৰ কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে৷ কেৱল এণ্ডৰয়েড স্মাৰ্টফোনত এই সুবিধা পোৱা যাব৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0