66
ৰঙিয়াঃ ৰঙিয়াৰ গৌৰৱ মেধাবী ফুনুমা ক’লৈ গ’ল? উত্তৰ গুৱাহাটীৰ আই আই টিত গৱেষণাৰত এটি সাধাৰণ পৰিয়ালৰ মেধাৱী ছাত্ৰীগৰাকী ক’লৈ গ’ল সেয়া কোনেও নাজানে।
এটি মধ্যবিত্ত পৰিয়াল তথা ৰঙিয়াৰ গৌৰৱ গুৱাহাটী আই আই টিত অধ্যয়নৰত ৰঙিয়াৰ ফুনুমা মজুমদাৰ ৪০ ঘন্টা ধৰি কোনো খবৰ নাই৷ নিৰুদ্দেশৰ খবৰ ৰঙিয়াত বিয়পি পৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷