83
ডিজিটেল ডেস্কঃ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ’ব সামগ্ৰী আৰু সেৱাকৰ আইন৷ দেশৰ ইতিহাসত সৰ্ববৃহৎ কৰ সংশোধনী হিচাপে চৰ্চা লাভ কৰা এই জিএছটিৰ ফলত কিছুমান বস্তুৰ দাম হ্ৰাস পাব আৰু আন কিছুমানৰ দাম উৰ্ধগামী হ’ব।
