Home ৰাজনীতি২৫ বছৰে ত্ৰিপুৰাত লাল পতাকা উৰুৱাই ৰখা কোন এয়া মাণিক সৰকাৰ?

২৫ বছৰে ত্ৰিপুৰাত লাল পতাকা উৰুৱাই ৰখা কোন এয়া মাণিক সৰকাৰ?

by News Desk
89 views
A+A-
Reset

আগৰতলাঃ ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনৰ গৰম বতাহ এতিয়া মিডিয়াত বলিব ধৰিছে৷ বিজেপিয়ে অনুমান কৰা মতেই ফলাফল লাভ কৰাৰ পিছতেই এতিয়া নানা তৰহৰ চৰ্চা আৰম্ভ হৈছে৷ কোন মুখ্যমন্ত্ৰী হ’ব৷ কাৰ বাবে বিজেপিয়ে এই ফলাফল আজুৰি আনিলে তাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ ৰাজ্যখনত ২৫ বছৰ শাসনকাৰী দল চিপিএমৰ তচনচ কৰি বিজয়ধ্বজা উৰুৱাইছে কেন্দ্ৰৰ শাসনকাৰী দল বিজেপিয়ে৷ চাৰিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ থকা মাণিক সৰকাৰক আকৌ দেখিবলৈ পোৱা নাযাব ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ৰূপে৷

আকৌ দেশৰ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত নাম দেখিবলৈ পোৱা নাযাব মাণিক সৰকাৰৰ৷ গেৰুৱা দল বিজেপিয়ে বাওঁপন্থী দলক শোচনীয়ভাৱে গাদীচ্যুত কৰি উত্তৰ-পূবৰ ৰাজ্যত লাহে লাহে একাধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ পূৰ্বৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰক ক্ষমতাৰ পৰা আঁতৰাই পেলোৱাৰ পাছত তেওঁৰ ৰাজনৈতিক জীৱনৰ ভৱিষ্যত কি হ’ব সেয়াহে লক্ষণীয় হৈ পৰিছে৷ মাণিক সৰকাৰ কোন? এই প্ৰশ্নটোৰ সহজ উত্তৰ লাভ কৰিছিল সমগ্ৰ দেশৰ প্ৰজাই বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বেই৷ যিটো প্ৰশ্নৰ উত্তৰটোৱেই দিছিল মাণিক সৰকাৰৰ পৰিচয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0