Home দেশনৰেন্দ্ৰ মোদী আৰু মনমোহন সিঙৰ ব্যক্তিগত সচিব… কোন এইজন বিক্ৰম?

নৰেন্দ্ৰ মোদী আৰু মনমোহন সিঙৰ ব্যক্তিগত সচিব… কোন এইজন বিক্ৰম?

by News Desk
A+A-
Reset
vikram misri

শনিবাৰে সন্ধিয়া ভাৰত আৰু পাকিস্তান চৰকাৰে যুদ্ধবিৰতি ঘোষণা কৰে। কিন্তু তাৰপিছতেই সামাজিক মাধ্যমত ট্ৰ’লৰ বলি হ’ল ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী। মিশ্ৰীৰ এক্সৰ পোষ্টবোৰত ব’বলৈ ধৰিলে শ্লেষৰ বানপানী। যাৰ ফলত এক্সৰ একাউন্ট নিষ্ক্ৰিয় কৰিবলৈ বাধ্য হ’ল বৈদেশিক সচিবগৰাকী।

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ সময়ত বিক্ৰম মিশ্ৰীয়ে অহৰহ সংবাদ মাধ্যমৰ সন্মুখত চৰকাৰৰ মুখপাত্ৰৰ ভূমিকা গ্ৰহণ কৰিছিল। একেদৰে শনিবাৰে যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছিল বিক্ৰম মিশ্ৰীয়ে। ইয়াৰ পিছতে সামাজিক মাধ্যমত লক্ষ্য কৰি লোৱা হ’ল তেওঁক। তেওঁৰ পুৰণা পুৰণা ফটো বা পোষ্ট খুঁচৰি খুঁচৰি আক্ৰমণ কৰিছে নেটিজেনে। আনকি এই আক্ৰমণৰ পৰা সাৰি যোৱা নাই মিশ্ৰীৰ পত্নী আৰু কন্যাও। অৱশ্যে ছ’চিয়েল মিডিয়াত বৈদেশিক সচিবগৰাকীক কৰা এই ভাৰ্চুৱেল গণ আক্ৰমণৰ পিছত বহু লোকে বিক্ৰম মিশ্ৰক সমৰ্থন কৰি পোষ্ট দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0