71
পাঞ্জাবাৰীঃ মহানগৰীৰ পাঞ্জাবাৰীত শনিবাৰে দূপৰীয়া এটা বন্যহস্তী জনাঞ্চললৈ নামি আহে। খাদ্যৰ অভাৱত আমচাং অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ নামি আহিছিল দতাল হাটীটো।
বন বিভাগক খবৰ দিয়াৰ পিছতো হাতীটোক যথা সময়ত বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম নোহোৱাত ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।