Home দেশচালক নহোৱাকৈ চলিল ৰেল ইঞ্জিন, বাইকেৰে পিছল’লে ড্রাইভাৰে

চালক নহোৱাকৈ চলিল ৰেল ইঞ্জিন, বাইকেৰে পিছল’লে ড্রাইভাৰে

by News Desk
52 views
A+A-
Reset

ডিজিটেল ডেস্কঃ সাইলাখ কোনো হিন্দী চিনেমাৰ শ্বট৷ চালক নহোৱাকৈয়ে হঠাত্‍ চলি পৰিল ট্রেনৰ ইঞ্জিন। বাইকৰ সহায়ত পিছ লৈহে ইঞ্জিন ৰখাবলৈ সক্ষম হ’ল ৰেল চালক৷  এক দুই কিলোমিটাৰ নহয় ৰেল লাইনৰ ওপৰেৰে ১৩ কিলোমিটাৰ বাইক চলাই শেষত চালক নহোৱাকৈ চলি থকা ইঞ্জিনটোক ৰখাবলৈ সক্ষম হয়৷

বুধবাৰে বিয়লি ৩মান বজাত মহাৰাষ্ট্রৰ ৱাদি জংচন ষ্টেচনত প্ৰৱেশ কৰে চেন্নাই পৰা অহা মুম্বইগামী ট্রেইনখনে। তাতেই ইঞ্জিন বদিল কৰা হয় ট্রেইন খনৰ। বাকি পথচোৱা বিদ্যুত্‍ সংযোগ নথকাত ইলেকট্রিক ইঞ্জিন সলাই ট্রেইনখনৰ লগত সংযোগ কৰে ডিজেল ইঞ্জিন। সেই সময়তেই ঘটে বিভ্রাট। কোনোৱে ভাবে চালক নহোৱাকৈৱে চলে চলোৱা হয় ইলেকট্রিক ইঞ্জিনটো। কিন্তু পিছতহে চালক বিহীন ইঞ্জিনৰ কথা ওলাই পৰাত হৈ চৈ লাগি যায় ৰেলকৰ্মী সকলৰ মাজত৷  আশেপাশে থকা সকলো ষ্টেচনকে সতর্ক কৰি দিয়া হয়। দুর্ঘটনা সংঘটিত হোৱাৰ ভয়ত সকলোতে এলাৰ্ট জাৰি কৰিদিয়ে ৰেলকৰ্মীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0