64
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ এজাক সিংহই আৱৰি থকা অৱস্থাতে মহিলা এগৰাকীয়ে সন্তান জন্ম দিয়া ঘটনাই বৰ্তমান ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ৰাজ্যখনৰ আমৰেলিত বুধবাৰে এই ঘটনা সংঘটিত হৈছে।
আমৰেলিৰ এগৰাকী মহিলাই প্ৰসৱ বেদনা অনুভৱ কৰাত ততাতৈয়াকৈ ১০৮ মাতি হস্পিতাললৈ নি থকা অৱস্থাতে শিহৰণকাৰী ঘটনাটো ঘটে।