Home ক্ৰীড়াসাজু বক্সিঙৰ তাৰকা, মুখ্যমন্ত্ৰী সোণোৱালে উদ্ধোধন কৰিব বিশ্ব যুৱ মহিলা বক্সিং

সাজু বক্সিঙৰ তাৰকা, মুখ্যমন্ত্ৰী সোণোৱালে উদ্ধোধন কৰিব বিশ্ব যুৱ মহিলা বক্সিং

by News Desk
92 views
A+A-
Reset

গুৱাহাটীঃ U-17 বিশ্বকাপ ফুটবলৰ কেইবা খনো মেচ অসমৰ ভূমিত অনুষ্ঠিত কৰি বাঃ বাঃ লবলৈ সক্ষম হোৱা অসমত দেওবাৰে ৫ বজাৰ অনুষ্ঠিত হ’ব বিশ্ব মহিলা যুৱ বক্সিং প্ৰতিযোগিতা৷ অসমৰ ভূমিত অনুষ্ঠিত হ’ব বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতা৷ ফুটবল-ক্ৰিকেটৰ আন্তঃৰাষ্ট্ৰীয় বহু মেচ অনুষ্ঠিত কৰা অসম বিশ্বৰ ক্ৰীড়া জগতত এতিয়া পৰিচিত নাম৷ আইএছএল, আইপিএল, ৰাষ্ট্ৰীয় ক্ৰীড়া, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট-ফুটবল মেচ, চাউথ এছিয়ান গেমছ আদি অনুষ্ঠিত কৰি অসম তথা গুৱাহাটী এতিয়া জিলিকি উঠিছে বিশ্ব ক্ৰীড়া ক্ষেত্ৰ খনত৷ এইবাৰ বিশ্বৰ জনপ্ৰিয় খেলসমূহৰ মাজৰ অন্যতম বক্সিং খেলৰ আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ’ব।

দেওবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্ব য়ুথ মহিলা বক্সিং প্ৰতিযোগিতা৷ ঘৰুৱা দেশ ভাৰতৰ লগতে মুঠ ৩৮ দেশে অংশ গ্ৰহণ কৰিব এই প্ৰতিযোগিতাত৷ অসমৰ গাঁও অঞ্চলৰ জনপ্ৰিয় খেল বক্সিঙক লৈ এতিয়া ব্যাপক চৰ্চা৷ বিশ্বৰ কেবাখনো দেশৰ তাৰকা খেলুৱৈয়ে বক্সিঙৰ যাদু দেখুৱাব গুৱাহাটীত৷ ৰাজ্যৰ বক্সিং অনুৰাগীয়ে বক্সিঙৰ যাদু চাবলৈ সাজু হৈছে৷ একপ্ৰকাৰ কবলৈ গলে মহানগৰীৰ চৌদিশে এতিয়া বক্সিঙৰ বেনাৰ-পোষ্টাৰেৰে উখল-মাখল পৰিবেশ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0