85

ডিজিটেল ডেস্ক | নলবাৰীঃ স্বেচ্ছাসেৱী সংগঠন “সঁহাৰি” য়ে স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি শাৰদীয়া দূৰ্গা পূজা উপলক্ষে নলবাৰী চহৰৰ মাজমজিয়াৰ ৫ খন দূৰ্গাপূজাৰ মন্দপত ৪/৫ টাকৈ “সঁহাৰি” ৰ সদস্য সকলে নিজ হাতে বনোৱা বাঁহৰ ডাষ্টবিন প্ৰদান কৰে।