Home ৰাজ্যউমৰাংছুৰ অবৈধ কয়লা খনিত কেনেকৈ কি ঘটিছিল? ঘটনাৰ বাবে দায়ী কোন?

উমৰাংছুৰ অবৈধ কয়লা খনিত কেনেকৈ কি ঘটিছিল? ঘটনাৰ বাবে দায়ী কোন?

by News Desk
A+A-
Reset
Umrangshu tinkilo

মানুহজনৰ নাম গংগা বাহাদুৰ শ্ৰেষ্ঠ। নেপালৰ বাসিন্দা মানুহজনে পেটৰ তাড়নাত অসমলৈ আহি খনন মাফিয়াৰ অধীনত কাম কৰিছিল কয়লা খনিত। বুধবাৰে পুৱাৰ ভাগত তেওঁৰেই মৃতদেহ উমৰাংছ’ৰ জলমগ্ন কয়লা খনিটোৰ পৰা উদ্ধাৰ কৰিছিল উদ্ধাৰকাৰী দলে। গংগা বাহাদুৰৰ সৈতে একেলগে খনিটোত কয়লা খান্দি থকা আন শ্ৰমিকসকল এতিয়া জীৱিত নে মৃত সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোক কেন্দ্ৰ কৰি চৌদিশে কেৱল উদ্বেগৰ চাকনৈয়া।  

ইতিমধ্যে ঘটনাই চাৰিটা দিন অতিক্ৰম কৰিছে। সোমবাৰেই ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ তিনিকিলোৰ এই কয়লা খনিটোত আৱদ্ধ হৈ পৰিছিল শ্ৰমিকসকল।  হঠাৎ খনিটোৰ ভিতৰত বাঢ়িছিল পানীৰ স্তৰ।  সুৰক্ষা অবিহনেই ভিতৰত কয়লা খননত ব্যস্ত হৈ থকা শ্ৰমিকসকলৰ মাজত সেয়া দেখি হাহাকাৰ আৰম্ভ হৈছিল। যিয়ে যেনেকৈ পাৰে কেৱল বিচাৰিছিল প্ৰাণ বচাবলৈ। বাঢ়ি অহা পানীত ওপঙি, দেৱাল বগাই তেওঁলোকে ওলাই আহিব বিচাৰিছিল অভিশপ্ত খনিটোৰ ভিতৰৰ পৰা। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0