70
ডিফুঃ অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত আৰু কাৰ্বি আংলং জিলাৰ দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে দুৰ্যোগ ব্যৱস্থাপনাৰ সম্পৰ্কে এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়৷ ডিফুত অগ্নি নিৰ্বাপক বাহিনৰ বিষয়া-কৰ্মচাৰীয়ে ৰাষ্ট্ৰীয় দূৰ্যোগ আৰু ব্যৱস্থাপনা সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীক সজাগৰ প্ৰশিক্ষণ দিয়ে৷
