70
ডিজিটেল ডেস্কঃ কেলিফৰ্ণিয়াত মুকলি আকাশৰ তললৈ ওলাল বিশ্বৰ সৰ্ববৃহৎ বিমানখন। ষ্টেটালাঞ্চ নামৰ এই বিমানখন ৰকেট প্ৰক্ষেপণৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছে। এই ৰকেটে আকৌ কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰক্ষেপ কৰিব।
৩৮৫ ফুট দৈৰ্ঘৰ উইঙৰ সৈতে বৃহৎ আকাৰৰ এই বিমানখনত আছে বয়িং ৭৪৭ বিমানত ব্যৱহৃত হোৱা ছটাকৈ ইঞ্জিন।