40
হীৰক জ্যোতি শৰ্মা,গুৱাহাটীঃ সোমবাৰে পুৱা ৬ বাজি ০১ মিনিটত GMCHত শেষ নিশ্বাস ত্যাগ কৰে।
সোমবাৰে পুৱা ৬.০১ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কথাশিল্পীগৰাকীয়ে। ২০০৭ত ‘শান্তনুকুলনন্দন’ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা পূৰবী বৰমুদৈয়ে ২০১১ত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল।