67
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন ঠাইত মহকুমা প্ৰশাসন তথা ৰাজনৈতিক, অৰাজনৈতিক দ’ল-সংগঠনে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে৷
জাগুণৰ গায়ত্ৰী পৰিয়াল ট্ৰাস্ট আৰু আছাম ৰাইফলচ প্ৰাক্তন চাকৰিয়াল সন্থাৰ উদ্যোগত জাগুণস্থিত আছাম ৰাইফলচ প্ৰাক্তন চাকৰিয়াল সন্থাৰ সভাগৃহত যোগ দিৱস পালন কৰা হয়।