56
ডিজিটেল ডেস্কঃ অভিজাত শ্বপিং মলত ৰূপহী যুৱতীৰ সতীত্ব হৰণ কৰিলে কামুক ফেচবুক ফ্ৰেইণ্ডে। এই ঘটনাৰ স্থান দিল্লী।
ৰাজধানীৰ দক্ষিণ প্ৰান্তৰ এখন মলৰ গাড়ী পাৰ্কিং কৰা স্থানত ছনু সিং নামৰ পাষণ্ডই অসহায় যুৱতীক নিৰ্যাতন কৰিলে।