116
বাহাকাবাৰীঃ ৫০ হাজাৰ টকাৰ বিনিময়ত গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ দি ৰঙাঘৰৰ আলহী হ’ল এজন যুৱক৷ সন্দেহজনক লোকক ভুৱা প্ৰমাণ পত্ৰ দি সোমবাৰে জালত পৰিল নগাঁও জিলাৰ কামপুৰ বকুলগুৰি চিৰ পথাৰৰ ছিয়াজুল হক নামৰ প্ৰৱঞ্চকগৰাকী৷ আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ছিয়াজুলক।
জানিব পৰা মতে, ধৃত প্রৱঞ্চকটোৱে ৫০ হাজাৰ টকাৰ বিনিময়ত এজন বাংলাদেশী নাগৰিকক ভাৰতীয় প্ৰমাণ প্ৰত্ৰ দিয়াত সহায় কৰিছিল।