92
হাৰাৰেঃ জিম্বাৱেত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত বুধবাৰে ৪৭ জন যাত্ৰীৰ মৃত্যু হয়।
ৰাজধানী চহৰ হাৰাৰে আৰু ৰুপাছে নামৰ চহৰখন সংযোগী ঘাইপথত এই ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হয়।