566
অভয়াপুৰীঃ অভয়াপুৰী য়াৰ্ডত পুৱা ৫ বজাত সংঘটিত হয় এক ৰেল দুৰ্ঘটনা। যোগীঘোপা ৰেল ষ্টেচনত লাইনচ্যুত হয় এখন মালবাহী ৰেলৰ ডবা। এই ঘটনাৰ পিছত বৰ্তমান যোগীঘোপা-গোৱালপাৰা হৈ গুৱাহাটীলৈ ৰেল যোগাযোগ ব্যাহত হৈ পৰিছে। উল্লেখযোগ্য যে যুদ্ধকালীন তৎপৰতাৰে ৰেল বিভাগ অব্যাহত ৰাখিছে মেৰামতিৰ কাম।