Home অন্যান্য খবৰবিশ্বনাথ এম ভি আই(MVI)ৰ বিৰুদ্ধে প্ৰতিবাদ

বিশ্বনাথ এম ভি আই(MVI)ৰ বিৰুদ্ধে প্ৰতিবাদ

by News Desk
270 views
A+A-
Reset

News Next One , বিশ্বনাথ চাৰিআলি , ২৪ ছেপ্তেম্বৰ ঃ বিশ্বনাথৰ বিহালীৰ ৰাজপথত মৃতদেহলৈ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি বিহালীৰ চেৰেলীয়াৰ এখন মালবাহী ব’লেৰৰ মালিকে কম দিনত দুবাৰকৈ জৰিমনা ভৰিব লগা হোৱাত অৱশেষত উপায়ন্তৰ হৈ আত্মহত্যা কৰে গাড়ীখনৰ মালিকে ৷ জানিব পৰা মতে , ৰবীন মণ্ডল নামৰ (২৮) বছৰীয়া ব’লেৰ মালিকজনক বিশ্বনাথ জিলা পৰিবহন বিভাগৰ বিষয়াই অভাৰ ল”ডৰ নামত ২ বাৰত ৫০ হাজাৰ টকা জৰিমনা দিব লগা হোৱাত বৃহস্পতিবাৰে নিশা ১০ মান বজাত ৰেল লাইনত পৰি আত্মহত্যা কৰে ৷
বিশ্বনাথ জিলা পৰিবহন বিভাগৰ বিষয়াৰ জৰিমনা বিহা কাৰ্যৰ বোজা বহন কৰিব নোৱাৰি শেষত আত্মহত্যাৰ পথ বাচি লোৱা ৰবীন মণ্ডল নামৰ লোকজনৰ মৃতদেহ বিহালীৰ অন্যান্য বলেৰ’ মালিকসকলৰ উপৰিও পৰিয়ালৰ সদস্যই লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ মাজত ৰাখি বিশ্বনাথৰ MVIৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0