Home অন্যান্য খবৰবুধবৰীয়া কেবিনেটত চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ

বুধবৰীয়া কেবিনেটত চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ

by News Desk
61 views
A+A-
Reset

ডিজিটেল ডেস্ক,১১ আগষ্টঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অনুস্থিত হোৱা আজিৰ বুধবৰীয়া কেবিনেট বৈঠকত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷এই সিদ্ধান্ত মতে
১) অসম চৰকাৰৰ কৰ্মচাৰী তথা পেঞ্চনাৰ সকলে মৰগীয়া বানচ(DA &DR) পূৰ্বে লাভ কৰা ১৭ শতাংশৰ ঠাইত ১১ শতাংশ বৃদ্ধি কৰি বৰ্তমান ২৮ শতাংশ কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্ত চলিত বৰ্ষৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হব।

২) অসম চৰকাৰে নিযুক্তি দিবলৈ লোৱা ১লাখ চৰকাৰী পদৰ ভিতৰত আজি স্বাস্থ্য বিভাগত ৮,৮৫৫ টা কাৰিকৰী পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়।এতিয়া লৈকে অনুমোদিত শিক্ষা বিভাগ, গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ সৰ্বমুঠ ৫২,৫০০ পদ পূৰণৰ প্ৰক্ৰিয়া ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0