Home অন্যান্য খবৰচেপ্টেম্বৰতেই আৰম্ভ হ’ব দশম-একাদশ শ্ৰেণীৰ পাঠদানঃ শিক্ষামন্ত্ৰী

চেপ্টেম্বৰতেই আৰম্ভ হ’ব দশম-একাদশ শ্ৰেণীৰ পাঠদানঃ শিক্ষামন্ত্ৰী

by News Desk
A+A-
Reset
IMG-20210915-WA0001

ডিজিটেল ডেস্ক,১৪ চেপ্টেম্বৰঃ কোভিডকালীন পৰিৱেশৰ বাবে দীৰ্ঘসময় ধৰি বন্ধ হৈ থকা শিক্ষানুস্থানসমূহ অৱশেষত খোলাৰ বাবে সিদ্ধান্ত গ্ৰহণহ কৰিছে ৰাজ্যচৰকাৰে৷পৰ্যায়ক্ৰমে শিক্ষানুস্থানসমূহ খুলিব৷ইতিমধ্যেই বিগত সপ্তাহৰহপৰাই দ্বাদশ আৰু স্নাতক শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছেই৷এইবিষয়ে সংবাদ মাধ্যমক অৱগত কৰি শিক্ষা মন্ত্ৰী ড° ৰণোজ পেগুৱে কয় যে
চলিত মাহৰ পৰাই আৰম্ভ হ’ব দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান।শিক্ষানুস্থানসমূহ খুলিলেও সদ্যহতে বন্ধ থাকিব হেষ্টেল সমূহ।এই সন্দৰ্ভত পৰৱৰ্তী কেবিনেট বৈঠকত লোৱা হ’ব সিদ্ধান্ত।
উল্লেখ্য যে, ক’ভিডৰ বাবে বহুদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহে অনলাইন পদ্ধতিৰেহে শিক্ষা প্ৰদান কৰি আছে যদিওঁ এই ব্যৱস্থাই সকলো ছাত্ৰছাত্ৰীকে স্পৰ্শ কৰিব পৰা নাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0