57
চৰাইদেউঃ প্ৰধানমন্ত্ৰী উজলা এলপিজি সংযোগ আঁচনিৰ অধীনত অলপতে চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হয়।
এই উপলক্ষে মাহমৰা নৱজ্যোতি সংঘত অনুষ্ঠিত সভাত আনুষ্ঠানিক ভাৱে ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকা নন্দ ফুকনে।