গুৱাহাটীঃ গুৱাহাটী ৰে’ল ষ্টেচনত পুনৰ সোণ উদ্ধাৰ। ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচী সময়ত ষ্টেচনৰ ১ নম্বৰ প্লেট ফৰ্মৰপৰা উদ্ধাৰ হোৱা সোণখিনিৰ ওজন প্ৰায় ১.২৯৬ কিল’গ্ৰাম।
© News Next One. All rights Reserved. Contact [email protected] for any query. Design & Cloud Hosting by: Rongjeng Technologies.