Home গুৱাহাটীমহানগৰীত আলফা স্বাধীনৰ ২২ কেডাৰ

মহানগৰীত আলফা স্বাধীনৰ ২২ কেডাৰ

by News Desk
87 views
A+A-
Reset

গুৱাহাটীঃ যিকোনো মুহূৰ্ততে মহানগৰীত সংঘটিত হ’ব পাৰে কূটাঘাট। আলফা স্বাধীনে কূটাঘাট সংঘটিত কৰিবলৈ চলোৱা পৰিকল্পনাৰ বিষয়ে উমান পোৱা মাত্ৰকে যোৱা শুকুৰবাৰে সমগ্ৰ মহানগৰীতে হাই এলাৰ্ট জাৰি কৰিছে আৰক্ষী আয়ুক্ত হীৰেণ নাথে। আৰক্ষীৰ এই হাই এলাৰ্টে মহানগৰবাসীক শংকিত কৰি ৰখাৰ সময়তে ‘নিউজ নেক্সট ৱান’ৰ হাতত আহি পৰিছে আন এক চাঞ্চল্যকৰ তথ্য।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুযায়ী প্ৰায় দুসপ্তাহ পূৰ্বে আৰক্ষীৰ চকুত ধূলি দি মহানগৰীত প্ৰৱেশ কৰিবলৈ সমৰ্থ হৈছে আলফা স্বাধীনৰ ২২ জনকৈ কেডাৰ। গাৰো উগ্ৰপন্থী সংগঠন জি এন এল এৰ সহযোগত চুবুৰীয়া মেঘালয়ৰ পৰা ৰাজ্যখনত প্ৰৱেশ কৰা আলফা স্বাধীনৰ এই দলটোৱে ইতিমধ্যে গ্ৰাউণ্ড ৰিপৰ্ট আৰম্ভ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0