49
কাজিৰঙাঃ আজি পুৱতি নিশা এখন ম’বাইল দোকানত ডকাইতি। ৰাইজৰ তৎপৰতাত ধৰা পৰিল ৩ ডকাইত। ৰাইজে খেদি খেদি ধৰিলে ৩ ডকাইতক। ডকাইতি সন্দৰ্ভত দুখনকৈ এলট’ গাড়ী জব্দ কৰে বাগৰি আৰু জখলাবন্ধা আৰক্ষীয়ে।
