Home অন্যান্য খবৰস্বৰ্ণিল ইতিহাস ৰচি পদক নিশ্চিত কৰিলে লাভলীনাই, ছেমিফাইনেলত প্ৰৱেশ কৰিলে অসম কন্যাই

স্বৰ্ণিল ইতিহাস ৰচি পদক নিশ্চিত কৰিলে লাভলীনাই, ছেমিফাইনেলত প্ৰৱেশ কৰিলে অসম কন্যাই

by News Desk
78 views
A+A-
Reset

টকিঅ’ : অসমৰ হৈ প্ৰথমটো অলিম্পিক পদক নিশ্চিত কৰি ইতিহাস ৰচিলে অসম কন্যা লাভলীনা বৰগোহাইয়ে। টকিঅ’ অলিম্পিকত পদক নিশ্চিত কৰি লাভলীনাই ছেমিফাইনেলত  প্ৰৱেশ কৰিলে অসমৰ বক্সাৰগৰাকীয়ে।এই খবৰে উৎসাহিত কৰি তোলে অসমবাসীক।উল্লেখযোগ্য যে মীৰা বাঈ চানুৰ পিছত এয়া হব ভাৰতৰ দ্বিতীয় পদক।দুয়োটা পদকেই আহিছে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা।চীনৰ নিয়েন চিন চেনক পৰাস্ত কৰি প্ৰৱেশ কৰে ছেমি ফাইনেলত। ইয়াৰ লগে লগে অলিম্পিকত পদক পোৱা প্ৰথমগৰাকী অসমীয়া হ’ব লাভলীনা।লাভলীনাই প্ৰতিপক্ষৰ খেলুৱৈ গৰাকীক ৪-১ ব্যৱধানত বিপক্ষৰ ধৰাশায়ী কৰে ।

অহা ৪ আগষ্টত ছেমি ফাইনেলত ৰিঙত নামিব লাভলীনা বৰগোহাঁইয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0