Home ৰাজ্যকাৰ্বি আংলং আৰক্ষীৰ অভিযানত চকীহ’লাত অস্ত্ৰ-শস্ত্ৰ সহ ৪ উগ্ৰপন্থী আটক

কাৰ্বি আংলং আৰক্ষীৰ অভিযানত চকীহ’লাত অস্ত্ৰ-শস্ত্ৰ সহ ৪ উগ্ৰপন্থী আটক

by News Desk
63 views
A+A-
Reset

ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ দূৰ্গম এলেকাৰ চকীহ’লাত সোমবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰ-শস্ত্ৰ সহ ৪ জন উগ্ৰপন্থীক আটক কৰিবলৈ সক্ষম হয়৷ জিলা আৰক্ষীয়ে ২০ নৱেম্বৰৰ নিশা চকীহ’লাৰ সাধাৰণ এলেকাত অভিযান চলাই ৪জন উগ্ৰপন্থীক অস্ত্ৰ-শস্ত্ৰ সহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীৰ দলটোৰ পৰা এটা একে ৫৬ ৰাইফল, এটা ৫৬ৰ মেগজিন, একে ৫৬ৰ ৪জাঁই সজীৱ গুলীৰ লগতে এটা ৭’৬৫ পিষ্টল, এটা মেগজিন আৰু ৭’৬৫ পিষ্টলৰ ৩জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কেএনএলএফৰ আগষ্টিন টেৰণওৰফে আকাশ (৩৩), প্ৰাক্তন ইউপিডিএছ কেডাৰ মঙল চিং তেৰাঙ ওৰফে পানচুন ইংতি (২৪), কেপিএলটি কেডাৰ ববীচন ৰংহাঙ ওৰফে কাৰ্দম ৰংহাঙ (২৭) আৰ প্ৰাক্তন কেপিএলটি কেডাৰ অনিল ইংতি ওৰফে আলম (২৭)৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0