লছ এঞ্জেলছঃ অন্ত পৰিল উৎকণ্ঠাৰ। অৱশেষত ঘোষণা কৰা হ’ল চলচিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান অস্কাৰ। লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ভাৰতীয় সময় অনুসৰি সোমবাৰে পুৱা ৫.৩০ত অনুষ্ঠিত হোৱা ৮৯ সংখ্যক অস্কাৰ অনুষ্ঠানত বিজয়ীসকলৰ মুখত বিৰিঙিল হাঁহি।  
থোৰতে অস্কাৰ বিজয়ীৰ তালিকাঃ
শ্ৰেষ্ঠ ছবিঃ

এৰাইভেল
ফেন্সেছ
হেকছ’ ৰিজ
হেল অৰ হাই ৱাটাৰ
হিডেন ফিগাৰ্ছ
লা লা লেণ্ড
লায়ন
মানচেষ্টাৰ বাই দা চী
মুনলাইট (পুৰস্কৃত)

শ্ৰেষ্ঠ পৰিচালকঃ

ডেনিছ ভিলেনিউভ (এৰাইভেল)
মেল গিবচন (হেকছ’ ৰিজ)
ডেমিয়েন চেজেল (লা লা লেণ্ড) (পুৰস্কৃত)
কেনেথ লনৰেগেন (মানচেষ্টাৰ বাই দা চী)
বেৰী জেনকিন্স (মুনলাইট)

শ্ৰেষ্ঠ অভিনেতাঃ

ৰায়ান গ’ছলিং (লা লা লেণ্ড)
কেছি এফলেক (মানচেষ্টাৰ বাই দা চী) (পুৰস্কৃত)
এণ্ড্ৰিউ গেৰফিল্ড (হেকছ’ ৰিজ)
ভিগ’ মৰ্টেনসেন (কেপ্টেইন ফেন্টাষ্টিক)
ডেনজেল ৱাশ্চিংট’ন (ফেন্সেছ)

শ্ৰেষ্ঠ অভিনেত্ৰীঃ

এমা ষ্ট’ন (লা লা লেণ্ড) (পুৰস্কৃত)
নাটালে প’ৰ্টমেন (জেকী)
এমি এডামচ (এৰাইভেল)
মেৰিল ষ্ট্ৰীপ (ফ্ল’ৰেন্স ফ’ষ্টাৰ জেনকিন্স)
ইজাবেল হাপাৰ্ট (এলে)

শ্ৰেষ্ঠ বিদেশী ছবিঃ

লেণ্ড অব মাইন
এ মেন কলড অ’ভ
দা চেলচমেন (পুৰস্কৃত)
টান্না
টৰি এৰ্ডেমেন