Home ৰাজ্যগৰৈমাৰীত গ্ৰাহকৰ পৰা অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ

গৰৈমাৰীত গ্ৰাহকৰ পৰা অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ

by News Desk
119 views
A+A-
Reset

গৰৈমাৰীঃ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰী অঞ্চলৰ ৰাইজ৷ বিদ্যুৎ বিভাগৰ ফিডাৰ লীজত লৈ ব্যৱসায় কৰি অহা লোকে বিদ্যুৎ বিল অত্যাধিক প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰি আজি গৰৈমাৰিৰ ভিতৰদুৱাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গৰৈমাৰিৰ ভিতৰদুৱাৰত আজি স্বেচ্ছাসেৱী অনুষ্ঠান এটাৰ লোকে বিল দিবলৈ গাঁও খনত যোৱাৰ পাছতে বিদ্যুৎ গ্ৰাহক সকলে অত্যাধিক বিল দেখি উত্তেজিত হৈ পৰে।

ছয়গাঁও বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ গৰৈমাৰী ফিডাৰটো গৰৈমাৰীৰে চাম্পুপাৰাৰ এজন লোকে নিজ পৰিয়ালৰ সদস্যৰে গঠিত মনোময় উন্নয়ন পৰিষদ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ নামত লীজত লয়৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে গৰৈমাৰী বজাৰকে আদি কৰি অঞ্চলটোৰ বিভিন্ন গাঁৱত নামে বেনামে বিদ্যুৎ সংযোগ দি গ্ৰাহকৰ পৰা ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। অবৈধ ভাবে বিদ্যুৎ সংযোগ দি গ্ৰাহক সকলৰ নাম ছয়গাঁও বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত পঞ্জীয়ন কৰা নাছিল স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0