Home ৰাজ্যকৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ ৯৫ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন

কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ ৯৫ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন

by News Desk
181 views
A+A-
Reset

তেজপুৰঃ ব্ৰিটিছৰ শাসন-শোষণৰ পৰা ভাৰতভূমিক স্বাধীন কৰিবলৈ কৰা সংগ্ৰামত অসম মুলুকৰ বীৰ-বীৰাংগনাৰ অৱদান লেখত ল’বলগীয়া। সেই সংগ্ৰামৰ এগৰাকী বলিষ্ঠ নেতা কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা। শোণিতপুৰ জিলাৰ বিহগুৰিৰ মেকনৰ ভিতৰুৱা অঞ্চলৰ পৰা গৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা এইগৰাকী ক্ষণজন্মা বাগ্মী পুৰুষৰ প্ৰচেষ্টাতেই জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসমত পদাৰ্পন কৰিছিল।

অতি চমু জীৱন পৰিক্ৰমাত চন্দ্ৰনাথ শৰ্মাই জীৱন-যৌৱন জাতিটোৰ বাবেই উছৰ্গা কৰি গ’ল। অথচ স্বাধীনতাৰ দীৰ্ঘ এছোৱা সময় পাৰ হৈ যোৱাৰ পাছতো ৰাষ্ট্ৰীয় পৰ্যায়ত এইগৰাকী মহান পুৰুষক প্ৰতিষ্ঠিত কৰাতো দূৰৰে কথা অসম মুলুকতেই পৰিচিতি নাই। অথচ স্বাধীনতা সংগ্ৰামত কোনো অৱদান নথকা লোকেও স্বাধীনতাৰ পৰৱৰ্তী সময়ত এচামৰ আশীষধন্য হৈ ৰাজভোগ পালে, কিন্তু চন্দ্ৰনাথৰ পৰিয়ালে স্বীকৃতিকে নাপালে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0