54
বাঘবৰঃ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ গুণগ্ৰাহীৰে গঠিত শ্বেৰমান ফেনছ ক্লাৱে আজি কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত বাঘবৰ সমষ্টিৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বর্ধনা জনায়। কমল মণ্ডল চন্দ্ৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত তথা কৃতী ছাত্ৰ-ছাত্ৰী সকলক ফুলাম গামোছা, মানপত্ৰ, কিতাপ আৰু কলেমেৰে সম্বৰ্ধনা জনোৱা হয়।